Monday 20 February 2012

একটি অনুবাদ কবিতা

মূল রচনা - নন্দিতা ভট্টাচার্য্য
ভাবানুবাদ - মনোহর দত্ত

নন্দিতা ভট্টাচাৰ্য্যের মূল বাংলা : অথৈ জোয়ার

অথৈ জোয়ার ~~

পিঠে খড়ের কুঁজ নিয়ে বসে
আছে হেমন্তের বিরান মাঠ ,
কোথাও কোথাও আবার
হলুদ সর্ষেফুলে চনমনে
গর্ভবতী মাটি ,পেট খালি
থাকে না মাঠের ,ঋতু
চক্রাকারে গর্ভ আসে
বার বার ,ভরাজোয়ারি
অথৈ যৌবন অনন্ত নারী ।
  
__________________________________

মনোহর দত্তের ভাবানুবাদ : অফুৰন্ত জোৱাৰ

অফুৰন্ত জোৱাৰ

পিঠিত শুকান খৰিৰ কুঁজ হৈ
বহি আছে
হেমন্তৰ নিশ্চল পথাৰ,
ৰবাত কৰবাত আকৌ
বিয়পি পৰে
সৰিয়হ ফুল যেন হালধীয়া অস্থিৰতা,
গৰ্ভৱতী মাটি,
পথাৰৰ গৰ্ভত শূণ্যতা নাথাকে, ঋতু
চক্ৰাকৃতিৰে গৰ্ভলৈ আহে
বাৰে বাৰে, ভৰুণ যৌৱন
অফুৰন্ত জোৱাৰ অনন্ত নাৰী|